সাম্প্ৰতিক ঘটনাৱলী

* ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প চিকিৎসাবিজ্ঞানৰ অংশ হিচাপে অহা ২৪ এপ্ৰিল তাৰিখ মঙ্গলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মূলতঃ চিকিৎসকসকলৰ উদ্দেশ্যে এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। অৱশ্যে ইয়াত অংশগ্ৰহণ কৰিবলৈ চিকিৎসক হোৱাটো বাধ্যতামূলক নহয়। অনলাইন সম্পাদনাৰ বিপৰীতে সৃষ্টি কৰা মানবিশিষ্ট লেখা সংগ্ৰহ কৰি পিছত আপল'ড কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। সংযোগ

No comments: